বৰপেটা জিলা সমিতি, নেমছু

  • Home
  • India
  • Howly
  • বৰপেটা জিলা সমিতি, নেমছু

বৰপেটা জিলা সমিতি, নেমছু Social, Educational, Cultural & Economic Development.

13/05/2024
আজি  #দূৰ্ণীতিৰ_দৰ্পণ বাতৰি কাতত প্ৰকাশ পাইছে।
09/03/2024

আজি #দূৰ্ণীতিৰ_দৰ্পণ বাতৰি কাতত প্ৰকাশ পাইছে।

আজি  #নেমছু"ৰ সভাপতি মাননীয় বদৰুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বতনেমছু"ৰ নলবাৰী জিলা সমিতি গঠন কৰা হয়।
07/03/2024

আজি #নেমছু"ৰ সভাপতি মাননীয় বদৰুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত
নেমছু"ৰ নলবাৰী জিলা সমিতি গঠন কৰা হয়।

আজি  #দৈনন্দিন_বাৰ্তাৰ_সেৱা কাকত প্ৰকাশ পাইছে।
27/02/2024

আজি #দৈনন্দিন_বাৰ্তাৰ_সেৱা কাকত প্ৰকাশ পাইছে।

11/02/2024

বৰপেটা জিলা সমিতি, নেমছু ৰ
তৰফৰ পৰা
HS আৰু HSLC পৰীক্ষাৰ
সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

06/02/2024

.
———গোহাৰি———

তাং– 0৬/0২/২৪ ইং
যোৱা কালি অৰ্থাৎ 0৫|0২|২৪ ইং তাৰিখত
বৰপেটা জিলা সমিতি, নেমছু ৰ অন্তৰ্গত বালাভিঠা এখন আঞ্চলিক
সমিতি গঠন কৰা হয়। উক্ত আঞ্চলিক সমিতিখন এটা পূৰ্ণাংগ সমিতি নহয়। বৰ্তমান যিহেতু পৰীক্ষাৰ সময়, সেয়ে পৰীক্ষাৰ্থী লিখা-পঢ়া প্ৰতি লক্ষ্য ৰাখি #নেমছু"ৰ সভা-সমিতিৰ কাৰ্য্যসূচী সমূহ বৰ্জন কৰা হৈছে। সেয়ে পৰীক্ষাৰ পিছত এখন সাধাৰণ সভাৰ জড়িয়তে উক্ত আঞ্চলিক সমিতিখনৰ পূৰ্ণাংগ ৰূপ দিয়া হ'ব। ইতি–

ৰফিকুল ইছলাম
সাধাৰণ সম্পাদক, বৰপেটা জিলা, নেমছু

 াৰ্তা, হাউলী
01/02/2024

াৰ্তা, হাউলী

26/01/2024

বৰপেটা জিলা সমিতি, নেমছু ৰ তৰফৰ পৰা
সকলো লৈ গৌৰৱোজ্জ্বল
৭৫ তম্
গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

01/01/2024

বৰপেটা জিলা সমিতি, নেমছু ৰ
তৰফৰ পৰা সমূহ ৰাইজলৈ
ইংৰাজী নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Happy New Year 2024

অহা ২৬, ২৭, আৰু ২৮ ইং তাৰিখত  ওদালগুৰি  জিলা  সমিতিৰ  উদ্যোগত  #লালপুলত অনুষ্ঠিত  হ'বলগীয়া  #নেমছু"ৰ পঞ্চম বাৰ্ষিক 'কে...
09/12/2023

অহা ২৬, ২৭, আৰু ২৮ ইং তাৰিখত ওদালগুৰি জিলা সমিতিৰ উদ্যোগত #লালপুলত অনুষ্ঠিত হ'বলগীয়া #নেমছু"ৰ পঞ্চম বাৰ্ষিক 'কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ ২৮ তাৰিখত "সাংস্কৃতিক সন্ধিয়া"ৰ গীতৰ শৰাই লৈ আহি আছে কলকতাৰ জনপ্ৰিয়তা কণ্ঠশিল্পী #মৰমিতা_মিত্ৰ।

অহা ২৮ ডিচেম্বৰত ওদালগুৰি জিলাৰ #লালপুল সমন্বয়ৰ ক্ষেত্ৰ হৈ পৰঁক।
সৰ্বস্তৰৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।


বৰপেটা জিলা সমিতি, নেমছু

দিনাংক ২৬,২৭ আৰু ২৮ ডিচেম্বৰ ২৩ ইং!

18/10/2023

সমূহ অসমবাসী ৰাইজৰ লগতে বৰপেটাবাসী ৰাইজলৈ
কাতি বিহুৰ আন্তৰিক শুভেচ্ছা ও শুভকামনা যাঁচিলো।

|| বৰপেটা জিলা সমিতি, নেমছু||

Address

37 NH, Barpeta, Assam, Howly
Howly
781316

Telephone

+916003666176

Website

Alerts

Be the first to know and let us send you an email when বৰপেটা জিলা সমিতি, নেমছু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to বৰপেটা জিলা সমিতি, নেমছু:

Share