Baramboi Yuva Mancha

Baramboi Yuva Mancha সমন্বয়ৰ বার্তা লৈ এখোজ আগুৱাই যোৱাৰ প্ৰয়াস......�

বৰম্বৈ খেলপথাৰত ১ আৰু ২ নৱেম্বৰ ২০২৬
14/09/2026

বৰম্বৈ খেলপথাৰত ১ আৰু ২ নৱেম্বৰ ২০২৬


25/04/2026

২০২৪ চনত বৰম্বৈ যুৱ মঞ্চৰ উদ্যোগত দিবা-নৈশ প্ৰাইজমানি ফুটবল খেলৰ চুড়ান্ত খেল খনত ভনিমা আৰু ৰহিম ৰাজ ,
বর্তমান ভাইৰেল হৈ থকা ..!

Rahim Raj

বৰম্বৈ যুৱ মঞ্চৰ উদ্যোগত ______দাদাৰ জন্মদিন  উপলক্ষে দাদাই ভাল পোৱা নাহৰ গছ ৰ পুলি বৰম্বৈ অঞ্চলিক হাইস্কুল প্ৰাংগনত তথা...
18/11/2025

বৰম্বৈ যুৱ মঞ্চৰ উদ্যোগত ______
দাদাৰ জন্মদিন উপলক্ষে দাদাই ভাল পোৱা নাহৰ গছ ৰ পুলি বৰম্বৈ অঞ্চলিক হাইস্কুল প্ৰাংগনত তথা বিভিন্ন ৰাজহুৱা অনুস্থান, লগতে বিভিন্নজন ব্যক্তিৰ ঘৰত নাহৰ গছৰ পুলি ৰোপন কৰা হয় ৷
Nahar for Zubeen

প্ৰাণৰ শিল্পীজনৰ আজি তেওঁ বিহীন প্ৰথমটো জন্মদিন। তেওঁৰ অনুপস্থিতি এক ডাঙৰ শূন্যতা, কিন্তু লুইত কন্ঠই দি যোৱা প্ৰতিটো সুৰেই আজিও আমাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। জন্মদিনৰ আন্তৰিক শুভেচ্ছা হাৰ্টথ'ব।

জয় জুবিন দা
Miss you Zubeen Da
দাদা আপুনি যতে আছে কুশলে থাকক।।

Address

Hajo

Website

Alerts

Be the first to know and let us send you an email when Baramboi Yuva Mancha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share