Gaja Bandhab

Gaja Bandhab We work hand-in-hand with communities and
wildlife experts to protect wild elephants.

Nourishing the mind, body, and planet. This International Day of Yoga, let’s remember that when we care for nature, natu...
21/06/2026

Nourishing the mind, body, and planet. This International Day of Yoga, let’s remember that when we care for nature, nature cares for us.

​One Earth • One Health • One Future 🌐

School students enthusiastically participated in an awareness campaign on human–elephant coexistence organized by Gaja B...
06/06/2026

School students enthusiastically participated in an awareness campaign on human–elephant coexistence organized by Gaja Bandhab Elephant Welfare Trust. The programme aimed to educate young minds about the importance of conserving elephants, protecting their habitats, and promoting peaceful coexistence between humans and wildlife.

03/06/2026

Approximately 250 students from Muktijodha Kamakhya Prasad Tripathi Model School and Bamunkhat Adarsha Prathamik Bidyalaya participated in the awareness program organized by Gaja Bandhab Elephant Welfare Trust

অত্যন্ত আনন্দৰে জনাওঁ যে কালি অনুষ্ঠিত হৈ যোৱা আমাৰ অনুষ্ঠানটিৰ বাতৰি আজিৰ কেইবাখনো আগশাৰীৰ দৈনিক বাতৰি কাকতত সুন্দৰভাৱে...
03/06/2026

অত্যন্ত আনন্দৰে জনাওঁ যে কালি অনুষ্ঠিত হৈ যোৱা আমাৰ অনুষ্ঠানটিৰ বাতৰি আজিৰ কেইবাখনো আগশাৰীৰ দৈনিক বাতৰি কাকতত সুন্দৰভাৱে প্ৰকাশ পাইছে। আমাৰ এই প্ৰচেষ্টাক সংবাদ মাধ্যমে আগবঢ়োৱা আদৰণিৰ বাবে আমি নথৈ কৃতাৰ্থ।

আপোনালোকৰ মৰম আৰু সহযাগিতাই আমাক সদায় অনুপ্ৰাণিত কৰে। বাতৰি কাকতৰ কেইটামান বিশেষ অংশ তলত শ্বেয়াৰ কৰা হ’ল।




With your blessings and support, we have officially completed our first year of service. We are so grateful to everyone ...
07/04/2026

With your blessings and support, we have officially completed our first year of service. We are so grateful to everyone who has stood by us. We urge you to continue sharing your love and support as we embark on new endeavors for the welfare of our elephants. Together, we can make a difference!


09/03/2026



Happy International Women's Day
08/03/2026

Happy International Women's Day

জনসজাগতামূলক বাৰ্তা: হাতী-মানুহৰ সংঘাত আৰু আমাৰ কৰণীয়সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত এক দৈনন্দি...
04/01/2026

জনসজাগতামূলক বাৰ্তা: হাতী-মানুহৰ সংঘাত আৰু আমাৰ কৰণীয়

সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত এক দৈনন্দিন ঘটনাত পৰিণত হৈছে। কেৱল সংকুচিত বনাঞ্চলেই ইয়াৰ একমাত্ৰ কাৰণ নহয়; হাতী হৈছে এক বিশাল পৰিসৰত বিচৰণ কৰা ('Long-ranging') প্ৰাণী। সিহঁতৰ কোনো নিৰ্দিষ্ট সীমা বা টেৰিটৰী নাথাকে।

আমি মন কৰিবলগীয়া কিছুমান কথা:

খাদ্যৰ সন্ধান: ধান পকাৰ সময়ত হাতী ধাননি পথাৰলৈ নামি অহাটো স্বাভাৱিক, কিন্তু বছৰৰ বাকী সময়ছোৱা সিহঁতে বনাঞ্চলতে খাদ্য বিচাৰি থাকে। বনাঞ্চলত উপলব্ধ খাদ্যৰ লগতে কেতিয়াবা সোৱাদৰ পৰিৱৰ্তনৰ বাবেও হাতী জনবসতিপূৰ্ণ অঞ্চললৈ আহে।

ওলাই যোৱাৰ পথত বাধা নিদিব: যেতিয়া বনাঞ্চলৰ পৰা হাতী জনাঞ্চললৈ ওলাই আহে, প্ৰায়েই দেখা যায় যে উৎসুক ৰাইজে হাতীটোক চাৰিওফালৰ পৰা ঘেৰি ধৰে। যদি হাতীটো ওলাই যোৱাৰ পথবোৰেই মানুহে বন্ধ কৰি দিয়ে, তেন্তে হাতীটো কোনফালে যাব?

উত্তেজিত নকৰিব: ৰাজপথত হাতী ওলালে দুয়োফালে গাড়ী-মটৰ ৰখাই জুম বান্ধি নাথাকিব। হাতীটোক যাঠি-জুঁং, শিল বা জুইৰে জোকাই ব্যতিব্যস্ত নকৰিব। এনে কৰিলে হাতীয়ে দিশহাৰা হৈ মানুহক আক্ৰমন কৰিব পাৰে বা অঘটন ঘটিব পাৰে।

আমাৰ অনুৰোধ: সজাগ আৰু সচেতন হওক। বনৰীয়া হাতী আহিছে, নিজৰ বাটেৰে গুচি যাবলৈ দিয়ক। হাতীক জোকাই নিজৰ লগতে আনৰো বিপদ মাতি নানিব। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু মানুহৰ নিৰাপত্তা— দুয়োটাই আমাৰ দায়িত্ব।




Address

Gauhati

Alerts

Be the first to know and let us send you an email when Gaja Bandhab posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share