Aroksha-আৰোক্ষা

Aroksha-আৰোক্ষা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aroksha-আৰোক্ষা, Nonprofit Organization, Guwahati.

02/01/2026

Dr. Raktim Phukan,
Dentist, Guwahati

14/12/2025

চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষৰ দৰৱ বেছিকৈ খালে কি কি সমস্যা হ'ব পাৰে .... ?
বিষৰ পৰা ঘৰুৱাভাবে উপশম লাভ কৰিবলৈ কি কৰিব ?
Slipdisc ৰ বিষয়ে সবিশেষ

Pain Management Specialist ডাঃ ভৱেন বড়োৰ সৈতে বিশেষ সাক্ষাৎকাৰ
Part - 2
Dt Bandita Kalita #বিষ

07/12/2025

শৰীৰৰ বিষ আৰু ইয়াৰ কাৰণ সমূহ
Pain Management Specialist ডাঃ ভৱেন বড়োৰ সৈতে বিশেষ সাক্ষাৎকাৰ
Part - 1
Dt Bandita Kalita

02/12/2025

ডাৱেবেটিছে কিডনী ৰোগত কেনেদৰে প্ৰভাৱ পেলায়......?
হায়দৰাবাদৰ জেষ্ঠ্য চিকিৎসক Urologist Dr. Gopal Ramdas Tak ৰ সৈতে বিশেষ সাক্ষাৎকাৰ...
Dt Bandita Kalita
চাংসাৰিস্থিত Mahamantra Diagnostic ত পৰামৰ্শ লব পাৰিব চিকিৎসকগৰাকীৰ
Part - 4

23/11/2025

ভেন্টিলেটৰত মৃত ৰোগীক ৰাখি থোৱা অভিযোগ কিমান সত্য..
আপোনাৰ মনতো যদি তেনে সন্দেহ হয় কি কৰিব ... ?
ডাঃ বিষ্ণু দাসৰ সৈতে বিশেষ আলোচনা...
Dt Bandita Kalita

20/11/2025

চিকিৎসালয় এখন পৰিচালনা কৰা কিমান কঠিন ?
হাস্পতালৰ প্ৰশাসন সম্পৰ্কত Health City Hospital ৰ জ্যেষ্ঠ উপ অধীক্ষক বিষ্ণু দাসৰ সৈতে সাক্ষাৎকাৰ Dt Bandita Kalita

14/11/2025
11/11/2025

কিডনী ৰোগ কি......? ইয়াৰ লক্ষন, প্ৰতিকাৰ ইত্যাদি....
হায়দৰাবাদৰ জেষ্ঠ্য চিকিৎসক Urologist Dr. Gopal Ramdas Tak ৰ সৈতে বিশেষ সাক্ষাৎকাৰ...
Dt Bandita Kalita
চাংসাৰিস্থিত Mahamantra Diagnostic ত পৰামৰ্শ লব পাৰিব চিকিৎসকগৰাকীৰ
Part - 3

10/11/2025

অসমত ডায়েবেটিছ ৰোগীৰ সংখ্যা কিয় বেছি......?
হায়দৰাবাদৰ জেষ্ঠ্য চিকিৎসক Urologist Dr. Gopal Ramdas Tak ৰ সৈতে বিশেষ সাক্ষাৎকাৰ...
Dt Bandita Kalita
চাংসাৰিস্থিত Mahamantra Diagnostic ত পৰামৰ্শ লব পাৰিব চিকিৎসকগৰাকীৰ
Part - 2

09/10/2025

কিডনী সম্পৰ্কীয় ৰোগৰ বিষয়ে সৱিশেষ
হায়দৰাবাদৰ জেষ্ঠ্য চিকিৎসক Urologist Dr. Gopal Ramdas Tak ৰ সৈতে বিশেষ সাক্ষাৎকাৰ...
চাংসাৰিস্থিত Mahamantra Diagnostic ত পৰামৰ্শ লব পাৰিব চিকিৎসকগৰাকীৰ
Part - 1
Dt Bandita Kalita

07/10/2025

ডায়েবেটিছৰ পৰা সম্পূৰ্ণ সুস্থ হোৱাৰ সম্ভাৱনা কিমান ?
Endocrine Surgeon ডাঃ সুনীল মল্ল বুজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ...
Dt Bandita Kalita

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Aroksha-আৰোক্ষা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share