31/08/2025
আজি ইং ৩১ আগষ্ট, ২০২৫ (দেওবাৰ) বৃহত্তৰ বশিষ্ঠ বেলতলা সন্মিলিত নাগৰিক সমাজৰ দ্বাৰা আয়োজিত ৰাজহুৱা সভা ৰ কিছু আলোক চিত্ৰ। এই সভাত সভাপতিত্ব কৰে দীপালী চৌধুৰী বাইদেউ আৰু এই সভাত এখন আহ্বায়ক সমিতি গঠন কৰা হয় আৰু আগন্তুক কাৰ্যসূচী ৰ বিষয়ে কিছু আলোচনা কৰা হয়।