বৃহত্তৰ মালিগাঁও শিল্পী সমাজ

  • Home
  • India
  • Guwahati
  • বৃহত্তৰ মালিগাঁও শিল্পী সমাজ

বৃহত্তৰ মালিগাঁও শিল্পী সমাজ সামাজিক-সাংস্কৃতিক অনুষ্ঠান

02/01/2026
ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ।
15/05/2025

ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ।

03/05/2025
মালিগাৱৰ সৰ্বজন প্ৰিয় সামাজিক- সাংস্কৃতিকভাৱে সততে জড়িত চিত্ত ৰঞ্জন ডেকা দাই আমাক সকলোকে এৰি আজি পুৱা পৰলোকলৈ গমন কৰিল...
11/01/2025

মালিগাৱৰ সৰ্বজন প্ৰিয় সামাজিক- সাংস্কৃতিকভাৱে সততে জড়িত চিত্ত ৰঞ্জন ডেকা দাই আমাক সকলোকে এৰি আজি পুৱা পৰলোকলৈ গমন কৰিলে। সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি পাণ্ডু বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক, সাংস্কৃতিক সম্পাদক , আলোচনী সম্পাদক আদি বিভিন্ন দায়িত্ব সু -কলমে সম্পাদন কৰাৰ উপৰিও বিভিন্ন অনুষ্ঠানত তেখেতৰ আছিল অনবদ্য অৰিহণা। সকলোৰে লগত সহজতে মিলিৱ পৰা গুণৰ অধিকাৰী আছিল চিত্তদা । তেখেতৰ মৃত্যুত আমি মৰ্মাহত হৈ পৰিছো। চিত্তদাৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

Address

Pngb Road
Guwahati

Website

Alerts

Be the first to know and let us send you an email when বৃহত্তৰ মালিগাঁও শিল্পী সমাজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share