02/08/2026
Nayan Mani Sarma ,pallika Saikia আৰু তেওঁ ৰ Fund, Prankrishna Dutta (Nagaon), Hiya Kalita , Nôb Das , Ananda Ram Boro , Kishor Deka, Hari Das, Kamaleswar Baruah, Jaan Hazarika, Bhaskar Jyoti Basumatary , Harendra Das , Gagan Abhijeet Kakati , Gagan Kakati, Supriya Sarma (Ajmeer), Anish Saha , Mun Saha , Sangita Saikia(Nagaon), Ananda Saha , Jitu Ranjan Bora (Shivsagar), Jitu Mani Baruah, Rajeev Parasar, Subham Kashyap, Milanjyoti Raj, Prasanjit Majumdar, Barasa Koushik Deka , Prity Debnath , Rahim Ali, Farukar Rahman, Parwati Deka, Deepjyoti Mahanta, Trishna Kalita, Nitul Das , Amarendra Mahanta, Himangshu Rajbongshi, Subrata Das, Dhaneswar Boro, Sanatan Rabha, Kanak Rabha, Dipankar Bhowmik , Gakul Debnath , Debabrata Saha , Gouranga Chakraborty , Rimli Deka, Dipen Rajbongshi, Dimpal Kalita , Balindra Deka , Rahul Deka, Prabin Kalita , Pranjal Priyan ....
🙏 আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা 🙏
GREEN TREK & Adventure আৰু Seed And Soul Foundation -ৰ এই মানৱীয় অভিযানত কেৱল মোৰ বন্ধু তালিকাত থকা ব্যক্তিসকলেই নহয়, বন্ধু তালিকাৰ বাহিৰতো বহু হৃদয়বান লোকে বিভিন্ন ধৰণে আন্তৰিক সহায়-সহযোগিতা আগবঢ়াইছে।
তেওঁলোকৰ এই নিঃস্বাৰ্থ সহযোগিতা, আস্থা আৰু মানৱতাৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে হৃদয়ৰ অন্তঃস্থলৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ এই সহায় আৰু আশীৰ্বাদেই আমাক সমাজৰ কল্যাণৰ বাবে আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা যোগাইছে।
মানুহৰ ওচৰলৈ লৈ যাব আৰু আগন্তুক দিনবোৰত সমাজৰ কল্যাণৰ বাবে অধিক দায়িত্বশীলভাৱে কাম কৰি যাবলৈ আমাক অনুপ্ৰেৰণা আৰু উৎসাহ যোগাব।
আপোনালোকৰ মৰম, বিশ্বাস আৰু সহযোগিতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।
🙏 সকলোলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ। একেলগে আগবাঢ়োঁ, মানৱতাৰ সেৱাত।