SFI Goreswar

SFI Goreswar SFI Goreswar Local Committee:

President: Com. Parishmita Deka

Secretary: Com. Sanjib Baishya This is not an official page of SFI, Goreswar Local Committee.

Students' Federation of India is a student organization that carries forward the heritage of the progressive student movement of our country.It fights for students' right for a progressive,democratic,scientific education system. It has a glorious & successful past, present and future in the Goreswar area. The Organization has leaded many successful progressive events and movements in the area. It is just an informational page about the activities of SFI in Goreswar area.

03/12/2025
এছ এফ আই ৰ উদ্যোগত আজি গোৰেশ্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ দাবীত প্ৰতিবাদী সভা অনুস্থিত কৰা হয়।
29/09/2025

এছ এফ আই ৰ উদ্যোগত আজি গোৰেশ্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ দাবীত প্ৰতিবাদী সভা অনুস্থিত কৰা হয়।

18/09/2025
আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত সভ্যভৰ্তি দিবস পালন কৰা হয়। প্ৰায় ৫০০ শতাধিক ছাত্ৰ ছাত্ৰীক সভ্যভৰ্তি কৰা হয়...
15/09/2025

আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত সভ্যভৰ্তি দিবস পালন কৰা হয়। প্ৰায় ৫০০ শতাধিক ছাত্ৰ ছাত্ৰীক সভ্যভৰ্তি কৰা হয়।

02/02/2025

Goreswar College

গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰা এছ এফ আইৰ প্ৰাৰ্থী সমূহ। মহাবিদ্যালয়ৰ উন্নয়নৰ বাব...
02/02/2025

গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰা এছ এফ আইৰ প্ৰাৰ্থী সমূহ। মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে এছ এফ আইৰ প্ৰাৰ্থী সকলক ভোট দি জয়যুক্ত কৰক।

আজি ফুহুৰাবাৰীত এছ এফ আইৰ গ্ৰুপ বৈঠক অনুষ্ঠিত কৰা হয় আৰু লগতে সভ্যভৰ্তি কৰাৰ সিদ্ধান্ত লোৱা হয় লগতে  অহা ফেব্ৰুৱাৰী মা...
03/01/2025

আজি ফুহুৰাবাৰীত এছ এফ আইৰ গ্ৰুপ বৈঠক অনুষ্ঠিত কৰা হয় আৰু লগতে সভ্যভৰ্তি কৰাৰ সিদ্ধান্ত লোৱা হয় লগতে অহা ফেব্ৰুৱাৰী মাহত দৌৰ কুইজ চিত্ৰাংকণ আদি বিভিন্ন প্ৰতিযোগিতা পতাৰ সিদ্ধান্ত লয়।
SFI Assam

গোৰেশ্বৰ আঞ্চলিক কমিটীৰ অন্তৰ্গত ছিল্কিঝাৰ গাঁৱত গ্ৰুপ বৈঠক আৰু সভ্যভৰ্তি কৰা হয়। উপস্থিত থাকে জিলা নেতৃত্ব।
30/12/2024

গোৰেশ্বৰ আঞ্চলিক কমিটীৰ অন্তৰ্গত ছিল্কিঝাৰ গাঁৱত গ্ৰুপ বৈঠক আৰু সভ্যভৰ্তি কৰা হয়। উপস্থিত থাকে জিলা নেতৃত্ব।

Address

Goreswar
Goreswar
781366

Telephone

+918403072636

Alerts

Be the first to know and let us send you an email when SFI Goreswar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to SFI Goreswar:

Share