All Assam Cab Mazdoor Sangha

All Assam Cab Mazdoor Sangha অল আছাম কেব মজদূৰ সংঘ ||| জয় আই অসম

07/06/2026

Meet the faces behind the All Assam Cab Mazdoor Sangha! 👋 Quick check-in from today's meeting. We're working hard to make things better for every cab worker in the state. Drop a comment if you spot a familiar face!

07/06/2026

Today's meeting at AACMS

07/06/2026
Today discussion has been taken at AACMS meeting 🙏🙏
07/06/2026

Today discussion has been taken at AACMS meeting 🙏🙏

04/06/2026

নিৰ্বাচন সম্পৰ্কীয় ঘোষণা
শ্ৰদ্ধাৰ সন্মানীয় বিষয়ববীয়াৰ লগতে সতীৰ্থ সকলক জ্ঞাতাৰ্থে জনাওঁ যে অল আছাম কেব মজদুৰ সংঘৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২৬ চনৰ জুন মাহত নিৰ্বাচনৰ জৰিয়তে কমিটীৰ ( সভাপতি /সম্পাদক) নিৰ্বাচিত কৰি এখন কমিটী গঠন কৰা হ'ব।
নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰালৈ বৰ্তমানৰ কমিটী খনে সংঘটো পৰিচালনা কৰি থাকিব।

সভাপতি
বিপুল চন্দ্ৰ হাজৰিকা
অল আছাম কেব মজদুৰ সংঘ

আজি ৩১/৫/২৬ তাৰিখে মজদুৰ সংঘৰ সভাপতি সন্মানীয় বিপুল চন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আন এতি আলোচন...
31/05/2026

আজি ৩১/৫/২৬ তাৰিখে মজদুৰ সংঘৰ সভাপতি সন্মানীয় বিপুল চন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আন এতি আলোচনাৰ বিষয় তলত উল্লেখ কৰা হ'ল।
#বৰ্তমানৰ বিষয়ববীয়া #উত্তম_দত্ত ডাঙৰীয়াক উদ্দেশ্যে কৰি আজিৰ আলোচনাত উল্লেখ কৰা হৈছে যে এগৰাকী বিষয়ববীয়া হিচাপে উৎতম দত্ত ডাঙৰীয়াই গ্ৰুপৰ জড়িয়তে প্ৰেৰণ কৰা কিছুমান বাৰ্তাত প্ৰায়েই অপ্ৰয়োজনী/সন্দেহ জনক বাৰ্তা প্ৰেৰণ কৰা শুনা যায়, যি সংঘৰ বাবে ক্ষতিকাৰক হোৱাৰ সম্ভাৱনা থাকে।
সেয়েহে তেনে নকৰিবলৈ অন্তিম সকীয়নি দিয়া হ'ল বুলি আজিৰ সভাত সিদ্ধান্ত লৈ লিপিবদ্ধ কৰা হৈছে ।
ইতি
সভাপতি/ সম্পাদক
অল আছাম কেব মজদুৰ সংঘ

আজি ইংৰাজী ৩১-৫-২০২৬ তাৰিখে সংঘৰ মুখ্য কাৰ্যালয়ত সংঘৰ সভাপতি সন্মানীয় বিপুল চন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এখনি জৰু...
31/05/2026

আজি ইংৰাজী ৩১-৫-২০২৬ তাৰিখে সংঘৰ মুখ্য কাৰ্যালয়ত সংঘৰ সভাপতি সন্মানীয় বিপুল চন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।
উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়
ইয়াৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ আলোচনাৰ ওপৰত লোৱা সিদ্ধান্তটো তলত উল্লেখ কৰা হ'ল।
সম্পৰ্কে আলোচনা লগতে ব্যক্তি বিশেষে সিদ্ধান্ত গ্ৰহণ আৰু প্ৰযোজ্য।
বৰ্তমানেও www.aacms.in অচলাৱস্থাৰ কাৰক বা ইয়াৰ আঁৰৰ ব্যক্তি হিচাপে বিকাশ চহৰীয়া ডাঙৰীয়াৰ নামটো প্ৰকাশ পায়।
সেয়েহে আজি অনুষ্ঠিত হোৱা সভাৰ সিদ্ধান্ত অনুসৰি আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ বিকাশ চহৰীয়াক সংঘৰ সমুহ বিষয়বাবৰ পৰা অব্যাহতি দিয়া বুলি ঘোষণা কৰা হৈছে।
আজিৰে পৰা বিকাশ চহৰীয়াই অল আছাম কেব মজদুৰ সংঘৰ কোনোধৰণৰ বিষয়বাবত থকাৰ যোগ্য নহ'ব।
ইতি
সভাপতি/সম্পাদক
অল আছাম কেব মজদু সংঘ

"মৃত্যুও এটি শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য"যোৱাকালি নিশা অৰুনাচল প্ৰদেশত এটি পথ দুৰ্ঘটনাত পতিত হৈ জীৱন নামৰ...
30/05/2026

"মৃত্যুও এটি শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য"
যোৱাকালি নিশা অৰুনাচল প্ৰদেশত এটি পথ দুৰ্ঘটনাত পতিত হৈ জীৱন নামৰ নাটক খনিত অভিনয় কৰি সতীৰ্থজনে আমাক শোকস্তদ্ধ কৰি এই মায়াৰ ধৰাৰ পৰা চিৰদিনৰ বাবে কোনো অজান দেশলৈ গুছি যায়।
তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰি তেখেতৰ আত্মাৰ চিৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
লগতে আঘাতপ্ৰাপ্ত সতীৰ্থ কেইজনৰো দ্ৰুতভাৱে আশু আৰোগ্য কামনা কৰিছোঁ 🙏।
এই লিখনিটো অনিচ্ছাসত্বেও অতি দুখেৰে প্ৰকাশ কৰিলোঁ 🙏

30/05/2026

" জাননী "
অ:আ:কে: ম: সংঘৰ সন্মানীয় প্ৰতিজন বিষয়ববীয়াৰ লগতে সদস্য তথা প্ৰতি গৰাকী সতীৰ্থক জ্ঞাতাৰ্থে জনাওঁ যে কাইলৈ #ইংৰাজী ৩১-৫-২০২৬ তাৰিখ #দেওবাৰে সংঘৰ মুখ্য কাৰ্যালয়ত জৰুৰীকালীন #সাধাৰণ_সভা অনুষ্ঠিত কৰা হ'ব।
উক্ত সভাত আপোনাসৱৰ উপস্থিতিৰ বাবে শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
#স্থান: সংঘৰ মুখ্য কাৰ্যালয় ( হেঙেৰাবাৰী মিলন চ'ক ঘৰৰ নং ৬৬)
#সময়: ৰাতিপুৱা ১০.৩০ বজাত

শ্ৰদ্ধাৰে
সভাপতি /সম্পাদক
অল আছাম কেব মজদুৰ সংঘ

27/05/2026

Address

House No. 66, Millan Chowk, Hengrabari
Guwahati
781036

Alerts

Be the first to know and let us send you an email when All Assam Cab Mazdoor Sangha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share