01/07/2026
Please follow কৰিব
মোৰ উদ্দেশ্য হৈছে আমাৰ মোছলিম সমাজত সজাগতা সৃষ্টি কৰাৰ যিবোৰ কাৰণত আজি আমি অসমত বদনামী হ'বলৈ আৰম্ভ কৰিছোঁ
আপোনালোকে কওক আমাৰ প্ৰিয় নবীক গালি গালাজ দিব পৰা এই সোবিধা কোনে দিছে নিশ্চয় আমি গতিকে আমি একেলগে মিলি আল্লাহৰ নামত পন ল'ব বিচাৰোঁ
আমি কেতিয়াও আমাৰ ইছলামক বদনাম নকৰো আৰু কৰিব নিদিওঁ গতিকে প্ৰতি জন লোকৰ সহায় সহযোগিতা লাগিব তিতিয়াহে আমি আমাৰ জাতিটোক বদনামৰ পৰা ৰক্ষা কৰিব পৰা যাব