14/08/2024
বিষয়টো কৈৱৰ্ত্ত সন্মিলনীৰ অসমৰ (@ সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী) সকলো শুভাকাংক্ষী ,জিলা সমিতি আৰু ৰাইজৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা হল ৷
#তলত উল্লেখ কৰা মূখ্য বিষয়বৱীয়া সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা জৰুৰী সভাত সিদ্ধান্ত লোৱা স্পষ্টীকৰণ ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰা হল ৷
বিতৰ্কৰ বাবে নহয় ৷
*কৈৱৰ্ত্ত সন্মিলনী অসম@ সদৌ অসমীয়া কৈৱৰ্ত্ত সন্মিলনী আজিও নিজৰ লক্ষ্য উদ্দেশ্য আৰু স্হিতিত অটল আছে*
*দেওবাৰ 11 জুলাই 2024 তাৰিখে অনুষ্ঠিত হোৱা জৰুৰী সভাত ,কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ,মাননীয় শ্ৰী বিষ্ণু দাস* , *উপদেষ্টা (প্ৰশাসনিক বিষয়া ACS*
*দেৱনাৰায়ন হাজৰিকাৰ অনুপস্থিতি যদিও, সভাৰ প্ৰতি সন্মতি থকা*)
#*শুভাকাংক্ষী *ডঃ হেমেন হাজৰিকা ,Senior Scientist ভাৰত চৰকাৰ* ,
*সভাপতি দম্বৰুধৰ দাস* ,(*কাৰ্যকৰী সভাপতি ডঃ ইন্দ্ৰেশ্বৰ দাস ডাঙৰীয়াৰ অনুপস্হিত যদিওঁ সভাৰ পূৰ্ণ সন্মতিথকা*) ,*উপ সভাপতি ,ডাঃ দেৱৰন্জন দাস ,ৰামেশ্বৰ দাস*,
*আইনী উপদেষ্টা ,হেমেন দাস, অধিবক্তা গুৱাহাটী হাইকোৰ্ট*
*সচিবপ্ৰধান গোলাপ দাস (ভাৰপ্ৰাপ্ত*)
*সচিব ,অমৃত দাস ,পলাশ দাস* ,
*প্ৰশাসনিক ও বিত্ত সচিব ঋতুপৰ্ণ দাস* ,
*মূখ্য সাংগঠনিক সচিব ধ্ৰুৱজ্যোতি ভৰালী* ,
*সাংগঠনিক সচিব ,কল্লোল দাস ,দ্বিপেন দাস* ,
*প্ৰচাৰ সচিব ,প্ৰান্জল কুমাৰ দাস* ,
*মুখপাত্ৰ (Spokesperson) জয়ন্ত দাস*,
*সমাজকল্যাণ সম্পাদক ,(পংকজ কৈৱৰ্ত্ত, অনুপস্থিত যদিও ,সভাৰ সন্মতি থকা*)
কৈৱৰ্ত্ত সন্মিলনী অসমৰ সকলো মূখ্য বিষয়বৱীয়া উপস্থিত থকা ,সভাখনত বিভিন্ন গঠনমূলক আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয়* ৷