22/02/2026
বৰ্ষীয়ান প্ৰবীন সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ দেহাৱসান আমি অতিকৈ মৰ্মাহত হৈছোঁ।
Journalist Association For Assam চমুকৈ JAFA'ৰ (কামৰূপ জিলা) সমিতিৰ তৰফৰ পৰা তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।