Kereng Garo Memorial Puberun Sangha, Beltola

Kereng Garo Memorial Puberun Sangha, Beltola Oldest Club located in the Heart of Beltola Bazar since 1967

প্ৰদৰ্শনী আৰু খাদ্য মেলা ২০২৪ 🙏
02/01/2024

প্ৰদৰ্শনী আৰু খাদ্য মেলা ২০২৪ 🙏

লক্ষ্মী পূজা ২০২৩ 🙏স্থান-কেৰেং গাৰো সোৱৰণী পূৱেৰুণ সংঘ বেলতলা বজাৰ,গুৱাহাটী-২৮
29/10/2023

লক্ষ্মী পূজা ২০২৩ 🙏
স্থান-কেৰেং গাৰো সোৱৰণী পূৱেৰুণ সংঘ বেলতলা বজাৰ,গুৱাহাটী-২৮

বৃহত্তৰ বেলতলা বজাৰ সৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী  দুৰ্গা পূজা ২০২৩ 🙏
26/10/2023

বৃহত্তৰ বেলতলা বজাৰ সৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা ২০২৩ 🙏

বৃহত্তৰ বেলতলা বজাৰ সৰ্বজনীন দুৰ্গা পূজা ২০২৩
05/10/2023

বৃহত্তৰ বেলতলা বজাৰ সৰ্বজনীন দুৰ্গা পূজা ২০২৩

Durga Puja 2023 🙏
30/09/2023

Durga Puja 2023 🙏

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুণ সংঘত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কিছু মুহূর্ত ।
15/08/2023

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুণ সংঘত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কিছু মুহূর্ত ।

আজি কেৰেং গাৰো সোঁৱৰণী পূৱেৰুন সংঘৰ বার্ষিক দিৱস উপলক্ষে মত-বিনিময় আৰু সংবর্ধনানা অনুস্থান অনুষ্ঠিত হয় যায়। বেলতলাবাশ...
11/08/2023

আজি কেৰেং গাৰো সোঁৱৰণী পূৱেৰুন সংঘৰ বার্ষিক দিৱস উপলক্ষে মত-বিনিময় আৰু সংবর্ধনানা অনুস্থান অনুষ্ঠিত হয় যায়। বেলতলাবাশী ৰাইজে আজিৰ দিনটো সংঘৰ প্ৰাংগণত হাঁহি ফূর্তি আৰু আনন্দেৰে অনুষ্ঠানটী সাফল্যমন্ডিত কৰি তোলে।

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুন সংঘৰ প্ৰাংগনত প্ৰথম বার্ষিক মুকলি বিহুৰ অনুস্থানটী সাফলতাৰে সামৰণি পৰে। বিহুৰ আৰম্ভণিতে পতাকা...
15/04/2023

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুন সংঘৰ প্ৰাংগনত প্ৰথম বার্ষিক মুকলি বিহুৰ অনুস্থানটী সাফলতাৰে সামৰণি পৰে। বিহুৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি বিষ্ণু ৰংহাং দেৱে আৰু শ্বহীদ তর্পণ কৰে সংঘৰ কার্য্যকর্তা দীপেন দাস(দীপু) ডাঙৰীয়াই। ইয়াৰ পাছতে পৰম্পৰাগত ভাবে জ্যেষ্ঠ সকলৰ লগতে সংঘৰ সমূহ কার্য্যকর্তা আৰু সদস্য/সদস্যা সকলক অসমীয়াৰ স্বাভিমান এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। এই মুকলি বিহু খনে বেলতলা অঞ্চলত একতা আৰু সমন্বয়ৰ বার্তা কঢ়িয়াই আনে । অতি উৎসাহ আৰু একাগ্রতাৰে বেলতলা বাসী ৰাইজে এই বিহু খনত যোগদান কৰি সাফল্যমন্ডিত কৰাত সহযোগিতা আগবঢ়ায়।
সাংস্কৃতিক অনুষ্ঠান আৰু খেল ধেমালিৰে গোটেই দিনটো অতিবাহিত হোৱা দেখা যায়। সাংস্কৃতিক অনুষ্ঠানত বিহু হুচৰি,কাৰ্বি নৃত্য,জেং বিহু পৰিবেশন কৰে। ঠিক একে ধৰনে খেল ধেমালিতো সংগীত চকি,টেকেলি ভঙা,হাঁহ ধৰা খেলা আদি খেল সমূহ অনুষ্ঠিত হয়। শেষত সংঘৰ কার্য্যকর্তা সকলৰ লগতে পূৱেৰুণ বিহু হুচৰি দলৰ বিহুৱা,বিহুৱতী সমন্বিতে সকলোৱে বিহু নাচি আনন্দ ফূর্তি কৰে।

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুণ সংঘৰ উদ্যোগত মুকলি বিহু ২০২৩ 🙏🏼
10/04/2023

কেৰেং গাৰো সোঁৱৰণী পূৱেৰুণ সংঘৰ উদ্যোগত মুকলি বিহু ২০২৩ 🙏🏼

07/04/2023

🙏🏼🙏🏼

গুৱাহাটী বেলতলা স্থিত অনুসূয়া ডান্স একাডেমীৰ উদ্যোগত কেৰেং গাৰো সোঁৱৰনী পূৱেৰুণ সংঘৰ প্ৰাংগনত যোৱা ৩০ মাৰ্চ তাৰিখৰ পৰা ...
06/04/2023

গুৱাহাটী বেলতলা স্থিত অনুসূয়া ডান্স একাডেমীৰ উদ্যোগত কেৰেং গাৰো সোঁৱৰনী পূৱেৰুণ সংঘৰ প্ৰাংগনত যোৱা ৩০ মাৰ্চ তাৰিখৰ পৰা ৫ এপ্ৰিল ২০২৩ লৈ অনুস্থিত হৈ যোৱা বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ যোৱা কালি সামৰণি পৰে। বিভিন্ন কাৰ্য্যসূচীৰে এই সামৰণি অনুস্থানতি অন্ত পৰে। অসমৰ তিনি গৰাকী বিহু সম্রাজ্ঞী ক্ৰমে জোনটি গগৈ,পম্পী হাজৰিকা,দেবাংগনা চুতিয়াৰ উপস্থিতিত কৰ্মশালাত অংশগ্ৰহন কৰা প্ৰশিক্ষণাৰ্থী সকলক একোখন কৈ মানপত্ৰ প্ৰদান কৰা হয় ।এই অনুস্থানতে সংগীত নাটক একাডেমীৰ বিছমিল্লাহ খান বটা প্রাপ্ত অসমৰ সত্ৰীয়া নৃত্য শিল্পী দীপজ্যোতি দিপাংকৰক উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা জনায় । একাডেমীৰ অধক্ষ্যা অনু বসুমতাৰীয়ে এই কৰ্মশালা উপভোগ কৰিবলৈ অহা ইংলেণ্ডৰ বাসিন্দা আৰ্চি ফেবাৰ আৰু টবি ৰাছচক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। অনুস্থানৰ শেষত অনুসূয়া ডান্স একাডেমীৰ আৰু কেৰেং গাৰো সোঁৱৰনী পূৱেৰুণ সংঘৰ বিষয়ববীয়া আৰু সদস্য/সদস্যা সকলে বিহুৱা,বিহুৱতী আৰু বিহু সম্রাজ্ঞী সকলৰ লগত বিহু নাচি প্ৰাক ৰঙালী বিহু উদযাপন কৰে ।

Address

Beltola Bazar, Peer Azan Fakir Road
Guwahati
781028

Telephone

+919101092995

Website

Alerts

Be the first to know and let us send you an email when Kereng Garo Memorial Puberun Sangha, Beltola posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kereng Garo Memorial Puberun Sangha, Beltola:

Share