Yuva Ayam, BSM, Uttar Assam Prant

Yuva Ayam, BSM, Uttar Assam Prant Our journey is continuous to build a beautiful and prosperous society through the current education

যুৱ সংসদ, ভাৰতীয় শিক্ষণ মণ্ডল, উত্তৰ অসম প্ৰান্তৰ উদ্যোগত অসম গ্ৰন্থমেলাৰ বাকৰিত ভাৰতবৰ্ষৰ গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু...
05/01/2022

যুৱ সংসদ, ভাৰতীয় শিক্ষণ মণ্ডল, উত্তৰ অসম প্ৰান্তৰ উদ্যোগত অসম গ্ৰন্থমেলাৰ বাকৰিত ভাৰতবৰ্ষৰ গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু যুৱ প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোচনা আৰু অনুভৱ কৰাৰ লক্ষ্যৰে "ভাৰতীয় সাংস্কৃতিক ঐতিহ্য আৰু যুৱ প্ৰজন্ম" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

এই আলোচনা চক্ৰত বিশিষ্ট শিক্ষাবিদ তথা গৱেষক ড০ নিৰঞ্জন কলিতা, ভাৰতীয় শিক্ষণ মণ্ডল, উত্তৰ অসম প্ৰান্তৰ সভাপতি ড০ নীলমোহন ৰয় আৰু পাণ্ডু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ নৱজ্যোতি বৰাই বিভিন্ন বিষয়ত সু-গভীৰ বক্তব্য প্ৰদান কৰে।

যুৱ সংসদৰ উদ্যোগত অসম গ্ৰন্থমেলাত আলোচনা চক্ৰ
02/01/2022

যুৱ সংসদৰ উদ্যোগত অসম গ্ৰন্থমেলাত আলোচনা চক্ৰ

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Yuva Ayam, BSM, Uttar Assam Prant posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share