08/11/2022
এই অধ্যয়ন চক্ৰটোৰ চাৰিগৰাকীকৈ সক্ৰিয় সদস্য তথা বিষয়ববীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আগন্তুক স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে৷আমি আশাবাদী আটাইকেইগৰাকীয়ে বিজয় সাব্যস্ত কৰি নাহৰৰ দেশত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াব৷
সাধাৰণ সম্পাদকৰ পদত- হেমাংগ ভূঞা
তৰ্ক আৰু আলোচনা সম্পাদকৰ পদত-কল্যাণ দত্ত
ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত-মৃদুল ভূঞা
সাংস্কৃতিক সম্পাদকৰ পদত - গালৱ ডেকা
আটাইকেইগৰাকীৰে ভাল হওক৷