29/02/2024
ছাৰ,
পোৱাৰ বহুত আনন্দ আছে।।
তাতে কি হল...,
নোপোৱাৰ ও অনুভূতি, বৰ বেয়া নহয় ।।
বহুত নোপোৱা বস্তুৱে শিকাই থৈ যায়,
মোৰ কৰ্মৰ অপূৰ্ণতা কত ??
হয়টো, পোৱাৰ আনন্দ আমাক আত্মহাৰা কৰে,
কিন্তু, নোপোৱাৰ আনন্দ জীয়াই থকাৰ প্ৰেৰণা দিয়ে ।।
সেইবাবে,
কোনো হেঁপাহৰ বস্তু নাপালে,
মোৰ কোনো দুখ নাই ।।
নাই,
জীৱনত পূৰ্ণতা প্ৰাপ্তিৰ অফুৰন্ত আশা।।
মাথো,
অপেক্ষা বেয়া পাওঁ।।
কিয় জনেনে ??
অপেক্ষা জীয়াই থাকিব নিদিয়ে।।
স্মৃতি ৰুমন্থন কৰিব নিদিয়ে ।।
নিদিয়ে কৰিব, কি জানে ??
জীয়াই থকাৰ পৰিকল্পনা ।।
সুখ বিচাৰি নাপাই,
দুখত ও বহুত মানুহ জীয়াই আছে।।
কিন্তু, অপেক্ষাত মানুহ ??
কি কৰিব পাৰে ??
মাথো, সুন্দৰ সময়,
সুন্দৰ ভাৱে নষ্ট ।।
Sir,
অপেক্ষা নকৰাব
Please 🥺
No"" কৈ দিলেও বহুত বেছি বেয়া নাপাও মহাশয় 🙏🙏
~@চিন্ময়~