Modern Educational And Technical Society

Modern Educational And Technical Society Welcome to METS NGO, Reg.No- RS/DAR/247/L/24. Founded by Er. Mizanur Rahman.

METS works for the following Objectives -

1) Education.
2) Science and Technology.
3) Rural Development.
4) Environment .
5) Youth Empowerment.
6) Health
7) Sports.
8) Arts.

গুৰুত্বপূৰ্ণ ঘোষণা : সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাতভাল ফলাফল লাভ কৰা অথবা কম নম্বৰৰ বাবে উত্তীৰ্ণ হ’ব ...
03/05/2026

গুৰুত্বপূৰ্ণ ঘোষণা :
সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত
ভাল ফলাফল লাভ কৰা অথবা কম নম্বৰৰ বাবে উত্তীৰ্ণ হ’ব নোৱাৰা
দৰং জিলাৰ আৰ্থিকভাৱে একেবাৰে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ
সবিশেষ তথ্য যদি কোনোবাই আমালৈ প্ৰদান কৰে, আমি কৃতজ্ঞ থাকিম।
আমাৰ NGO ক্ৰমে - Modern Educational And Technical Society ( METS NGO ) , Darrang Engineers' Association ৰ ফালৰ পৰা—
✔️ আৰ্থিক সাহাৰ্য্য
✔️ মানসিক সহায় আৰু কাউন্সেলিং
এই সুবিধাসমূহ আগবঢ়োৱা হ’ব।
👉 সেয়েহে, সকলোকে অনুৰোধ—
যোগ্য ছাত্ৰ-ছাত্ৰীৰ তথ্য আমাৰ সৈতে শ্বেয়াৰ কৰি
তেওঁলোকক সহায় লাভ কৰাৰ সুযোগ সৃষ্টি কৰক।
🤝 আপোনাৰ এটা খবৰ এজন ছাত্ৰ-ছাত্ৰীৰ জীৱন সলনি কৰিব পাৰে।

05/04/2026

Education can Change a Society !

Address

Dalgaon

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918638198249

Alerts

Be the first to know and let us send you an email when Modern Educational And Technical Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Modern Educational And Technical Society:

Shortcuts

Share