PRA Foundation

PRA Foundation Profesor Rashid Ahmed Foundation is a registered social welfare organisation

01/11/2025

উমৰালৈ যোৱা ইচ্ছুক সকলে Bin Rashid Travelsৰ সৈতে যোগাযোগ কৰিব পাৰিব।

সদৌটিলৈ গান্ধী জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ! গান্ধীজীৰ শান্তি আৰু অহিংসাৰ শিক্ষাই আমাৰ সমাজখনক সদায় অনুপ্ৰাণিত কৰি ...
02/10/2025

সদৌটিলৈ গান্ধী জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ! গান্ধীজীৰ শান্তি আৰু অহিংসাৰ শিক্ষাই আমাৰ সমাজখনক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু অনাগত দিনতো অনুপ্ৰাণিত কৰিব।




ডবকাৰ আন এক গৌৰৱ ! ডবকা টাউনত অৱস্থিত 'পাকিজা ষ্টৰ'ৰ স্বত্বাধিকাৰী চালেহ আহমদ তালুকদাৰ ডাঙৰীয়াৰ কন্যা তৌফিকা বেগমে সদ্যঘ...
14/05/2025

ডবকাৰ আন এক গৌৰৱ !

ডবকা টাউনত অৱস্থিত 'পাকিজা ষ্টৰ'ৰ স্বত্বাধিকাৰী চালেহ আহমদ তালুকদাৰ ডাঙৰীয়াৰ কন্যা তৌফিকা বেগমে সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ (CBSE) মাধ্যমিক বিদ্যালয় পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ সহ 96.8 শতাংশ লাভ কৰি ডবকা অঞ্চলৰ লগতে সমগ্ৰ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে। ছাত্ৰী গৰাকীৰ এই বিশেষ সফলতাত আমি "পি আৰ এ ফাউণ্ডেচন" পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।


সকলোৰে সু পৰিচিত ডবকাৰ মদাৰতলিৰ আব্দুল বাছিত লস্কৰ ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ মাহিন মহম্মদ লস্কৰে আজি ঘোষণা হোৱা কেন্দ্ৰীয় ...
13/05/2025

সকলোৰে সু পৰিচিত ডবকাৰ মদাৰতলিৰ আব্দুল বাছিত লস্কৰ ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ মাহিন মহম্মদ লস্কৰে আজি ঘোষণা হোৱা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ (CBSE) মাধ্যমিক বিদ্যালয় পৰীক্ষাত (Secondary School Examination) ডবকাস্থিত NRI Public Schoolৰ পৰা আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ 95.4 শতাংশ (Distinction) লাভ কৰি সমগ্ৰ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে। ছাত্ৰ গৰাকীৰ এই বিশেষ সফলতাত আমি "পি আৰ এ ফাউণ্ডেচন" পৰিয়ালৰ তৰফৰ পৰা তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।


'পি আৰ এ' পৰিয়ালৰ আন এক সফলতাউচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৪ - ২৫ শিক্ষা বৰ্ষত কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা ...
30/04/2025

'পি আৰ এ' পৰিয়ালৰ আন এক সফলতা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৪ - ২৫ শিক্ষা বৰ্ষত কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা এটা লেটাৰ সহ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰফেছৰ ৰশীদ আহমেদ ছাৰৰ জ্যেষ্ঠ পুত্ৰ মৌলনা, হাফিজ জুবাইৰ আহমেদ কাচিমীয়ে সমগ্ৰ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে।

তেখেতৰ এই সফলতাত কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুল পৰিয়ালৰ লগতে 'পি আৰ এ ফাউণ্ডেচন' পৰিয়ালৰ তৰফৰ পৰা অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে সন্মান প্ৰদান কৰাৰ লগতে আন্তৰিক অভিনন্দন জনোৱা হয়।


27/04/2025

কৰ্ডবা স্কুললৈ গৌৰৱ কঢ়িয়াই অনা সকলো শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰতিজন শিক্ষাৰ্থীয়ে ১০০ শতাংশ ফলাফলেৰে প্ৰথম ব...
11/04/2025

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰতিজন শিক্ষাৰ্থীয়ে ১০০ শতাংশ ফলাফলেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে পি আৰ এ ফাউণ্ডেচনৰ ফালৰ পৰা অভিনন্দন জনোৱা হ'ল।



মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে ৰঙালী বিহু উপলক্ষে আজি প্ৰফেছৰ ৰশীদ আহমেদ ডাঙৰীয়ালৈ এখন শুভেচ্ছা পত্ৰৰ লগ...
28/03/2025

মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱে ৰঙালী বিহু উপলক্ষে আজি প্ৰফেছৰ ৰশীদ আহমেদ ডাঙৰীয়ালৈ এখন শুভেচ্ছা পত্ৰৰ লগতে এখন অসমীয়াৰ স্বাভিমান ফুলাম গামোচা প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এই বিশেষ উপহাৰ লাভ কৰাৰ বাবে প্ৰফেছৰ ৰশীদ আহমেদ ছাৰলৈ "পি আৰ এ ফাউণ্ডেচন" পৰিয়ালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।



পৱিত্ৰ ৰমজান মাহ উপলক্ষে কেইটামান দৰিদ্ৰ পৰিয়ালক অকণমান সকাহ দিয়াৰ প্ৰচেষ্টাৰে "পি আৰ এ ফাউণ্ডেচন"ৰ তৰফৰ পৰা চেহৰী আৰু ই...
16/03/2025

পৱিত্ৰ ৰমজান মাহ উপলক্ষে কেইটামান দৰিদ্ৰ পৰিয়ালক অকণমান সকাহ দিয়াৰ প্ৰচেষ্টাৰে "পি আৰ এ ফাউণ্ডেচন"ৰ তৰফৰ পৰা চেহৰী আৰু ইফতাৰৰ কিছুমান বিশেষ সামগ্ৰী যোগান ধৰাৰ বাবে আলহাম্দুলিল্লাহ আমাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হ'ল।



Wish you all a very happy holi.
14/03/2025

Wish you all a very happy holi.

Address

Dabaka
Dabaka

Telephone

+919435250052

Website

Alerts

Be the first to know and let us send you an email when PRA Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to PRA Foundation:

Share