08/11/2024
মহাবিদ্যালয়ৰ পৰা ওলোৱা আজি ৪ মাহেই হল কিন্তু মহাবিদ্যালয়ৰ প্ৰতি আজিও সেই আৱেগ অনুভূতিবোৰ সমানেই আছে । মহাবিদ্যালয়খনৰ প্ৰতি দায়বদ্ধতা আজিও সমানেই আছে । কিন্তু কোনোবাখিনিত মহাবিদ্যালয়ৰ হকে একো কৰিব নোৱাৰাৰ কথাটোৱে আজিও মনত কষ্ট দি থাকে । মহাবিদ্যালয়ৰ হকে কিবা এটা কৰাৰ মনত দুৰ্বাৰ হেঁপাহ এতিয়াও আছে ভৱিষ্যতে সুবিধা পালে নিশ্চয় কিবা এটা কৰিম । যি সকল অনুজ এতিয়া মহাবিদ্যালয়ত অধ্যনত অৱস্থাত সেই সকলক কব বিচাৰোঁ যে এই সময় তোমালোকৰ এই সময়ত যদি মহাবিদ্যালয়ৰ হকে একো নকৰা ভৱিষ্যতে কিন্তু মোৰ দৰে একেই এটা মনৰ অশান্তিত দিনবোৰ কটাবা ।