Jogighopa Equal Rights Foundation

Jogighopa Equal Rights Foundation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jogighopa Equal Rights Foundation, Non-Governmental Organization (NGO), Bongaigaon.

06/06/2025

Jogighopa Equal Rights Foundation ৰ পৰা সমূহ অসমবাসী ৰাইজলৈ পৱিত্ৰ "ঈদ-উল-আজহা"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি 18-04-2025 ইং  তাৰিখে JOGIGHOPA EQUAL RIGHTS FOUNDATION উদোগত H S L C উত্তীৰ্ণ কীৰ্তি ছাত্ৰ ছাত্ৰী সকলক সম্বোধনা জনো...
18/04/2025

আজি 18-04-2025 ইং তাৰিখে JOGIGHOPA EQUAL RIGHTS FOUNDATION উদোগত H S L C উত্তীৰ্ণ কীৰ্তি ছাত্ৰ ছাত্ৰী সকলক সম্বোধনা জনোৱা হল।

18/03/2025
JOGIGHOPA EQUAL RIGHTS FOUNDATION ৰ কাৰ্যলয় উদ্ভদনি কৰাৰ কিছু ছবি l
16/03/2025

JOGIGHOPA EQUAL RIGHTS FOUNDATION ৰ কাৰ্যলয় উদ্ভদনি কৰাৰ কিছু ছবি l

JOGIGHOPA EQUAL RIGHTS FOUNDATION ৰ মাহিলী কাৰ্য্যকৰী সভাৰ কেইটা মান ছবি l
09/03/2025

JOGIGHOPA EQUAL RIGHTS FOUNDATION ৰ মাহিলী কাৰ্য্যকৰী সভাৰ কেইটা মান ছবি l

আমাৰ শ্ৰদ্ধাৰ বিদায়ী শিক্ষা গুৰু সকল, আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য আমি কেতিয়াও দিব নোৱাৰিম।  বিদ্যালয়ৰ সমূহৰ প্...
28/02/2025

আমাৰ শ্ৰদ্ধাৰ বিদায়ী শিক্ষা গুৰু সকল, আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য আমি কেতিয়াও দিব নোৱাৰিম। বিদ্যালয়ৰ সমূহৰ প্ৰতিটো মুহূৰ্ত আৰু আপোনালোকে কটোৱা সকলো স্মৃতি সদায়ে আমাৰ মনত থাকিব। যদিও আজিৰ পৰা আপোনালোকৰ সৈতে আগৰ দৰে লগ নাপাম, তথাপিও , আপোনালোকে আমাৰ সমাজত যি পোহৰ ও জ্ঞান দিছে, সেই জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক অনুভৱ কৰি থাকিম।আপোনালোকৰ আশীৰ্বাদ আৰু পৰামৰ্শৰ দ্বাৰা, আমিও যেন নিজৰ লক্ষ্যত সফলতা লাভ কৰো আৰু সমাজত এক সঠিক দৃষ্টান্ত স্থাপন কৰিব পাৰো, সেই আশাত আগবাঢ়িছো। সেয়েহে আমাৰ Balapara Glorious Association ৰ তৰফৰ পৰা পুনৰ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।

আমাৰ শ্ৰদ্ধাৰ বিদায়ী শিক্ষা গুৰু সকল, আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য আমি কেতিয়াও দিব নোৱাৰিম।  বিদ্যালয়ৰ সমূহৰ প্...
27/02/2025

আমাৰ শ্ৰদ্ধাৰ বিদায়ী শিক্ষা গুৰু সকল, আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য আমি কেতিয়াও দিব নোৱাৰিম। বিদ্যালয়ৰ সমূহৰ প্ৰতিটো মুহূৰ্ত আৰু আপোনালোকে কটোৱা সকলো স্মৃতি সদায়ে আমাৰ মনত থাকিব। যদিও আজিৰ পৰা আপোনালোকৰ সৈতে আগৰ দৰে লগ নাপাম, তথাপিও , আপোনালোকে আমাৰ সমাজত যি পোহৰ ও জ্ঞান দিছে, সেই জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক অনুভৱ কৰি থাকিম।আপোনালোকৰ আশীৰ্বাদ আৰু পৰামৰ্শৰ দ্বাৰা, আমিও যেন নিজৰ লক্ষ্যত সফলতা লাভ কৰো আৰু সমাজত এক সঠিক দৃষ্টান্ত স্থাপন কৰিব পাৰো, সেই আশাত আগবাঢ়িছো। সেয়েহে আমাৰ Balapara Glorious Association ৰ তৰফৰ পৰা পুনৰ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।

Balapara glorious association ৰ ফালৰ পৰা 2024-25 ইং বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীক এখন কৈ কলমৰে শুভেচ্ছা জনোৱাৰ দৃ...
15/02/2025

Balapara glorious association ৰ ফালৰ পৰা 2024-25 ইং বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীক এখন কৈ কলমৰে শুভেচ্ছা জনোৱাৰ দৃশ্য।

কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবলৰ দ্বাৰা নিশ্চিতভাৱে লক্ষ্যত উপনীত হৈ সফলতা অৰ্জন কৰাটো সম্ভৱ।হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মা...
14/02/2025

কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবলৰ দ্বাৰা নিশ্চিতভাৱে লক্ষ্যত উপনীত হৈ সফলতা অৰ্জন কৰাটো সম্ভৱ।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ ছাত্ৰ-ছাত্ৰীলৈ BALAPARA GLORIOUS ASSOCIATION ৰ পৰা আন্তৰিক শুভকামনা জনালোঁ।

BALAPARA GLORIOUS ASSOCIATION 2ND 🏆 AT BALAPARA DAY NIGHT COSKO BALL CRICKET TOURNAMENT...
16/01/2025

BALAPARA GLORIOUS ASSOCIATION 2ND 🏆 AT BALAPARA DAY NIGHT COSKO BALL CRICKET TOURNAMENT...

Balapara Glorious Association news.......
25/12/2024

Balapara Glorious Association news.......

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Jogighopa Equal Rights Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share