05/06/2026
ক্ষমতাত থাকোঁতে ক্ষমতাশালীয়ে যদি সাধাৰন মানুহক সন্মান নকৰে, তেন্তে ক্ষমতা হেৰুৱাৰ পিছত সাধাৰণ মানুহে সন্মান বাদেই আপোনাৰ ৰাস্তাও এৰি নিদিয়ে।
এমাহ আগলৈ যি গৰাকী মমতা বেনাৰ্জীৰ বাবে সাধাৰণ মানুহে আধাঘণ্টা ৰৈ দিবলগীয়া হৈছিল আজি একেই মমতা বেনাৰ্জীক মানুহে ৰাস্তা নিদিয়ে।