Youth for Bokakhat

Youth for Bokakhat Political organization
(1)

17/06/2026


15/06/2026

#গোলাঘাটজিলাআয়ুক্ত
#বোকাখাতসমজিলাআয়ুক্ত
#অসমচৰকাৰ

15/06/2026

বাংগালুৰুত অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ২০২৬ (senior) ৭০ কেজি কেটেগৰীত বাওঁ হাতত সোণৰ,সো হাতত ৰূপৰ পদক কাঢ়ি আনিবলৈ সক্ষম হৈছে বোকাখাতৰ সন্তান অলকা দলে, লগতে ৰিতু বৰা,ভৰত হাজৰিকা,অপৰাজিতা দাস,প্ৰণতি ঢেকিয়াল ফুকন বহু কেইগৰাকী বোকাখাতৰ খেলুৱৈয়ে পদক পাবলৈ সক্ষম হৈছে, আটাইকেইগৰাকী খেলুৱৈক youth for Bokakhat তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ ।

15/06/2026

#গোলাঘাটজিলাআয়ুক্ত
#বোকাখাতসমজিলাআয়ুক্ত

কাজিৰঙা ইংলে পথাৰৰ বিষয়টো সন্দৰ্ভত ভুক্তভোগী ৰাইজৰ লগতে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে গোলাঘাট জ...
15/06/2026

কাজিৰঙা ইংলে পথাৰৰ বিষয়টো সন্দৰ্ভত ভুক্তভোগী ৰাইজৰ লগতে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিয়ে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে ।

Address

Bokakhat
Bokakhat

Alerts

Be the first to know and let us send you an email when Youth for Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Youth for Bokakhat:

Share