HIMAL YOUTH Sammitti

HIMAL YOUTH Sammitti social activities

05/02/2026

Big shout-out to my newest top fans! Ratan Kharka

গ্ৰীষ্ম কালীন বন্ধৰ সুযোগ লৈ ছাত্ৰ ছাত্ৰী ৰ শৈক্ষিক জীৱন উন্নত কৰাৰ লক্ষ্য আগত ৰাখি আজি ৰ পৰা 7/07/2025 পৰা 12/07/2025 ত...
07/07/2025

গ্ৰীষ্ম কালীন বন্ধৰ সুযোগ লৈ ছাত্ৰ ছাত্ৰী ৰ শৈক্ষিক জীৱন উন্নত কৰাৰ লক্ষ্য আগত ৰাখি আজি ৰ পৰা 7/07/2025 পৰা 12/07/2025 তাৰিখ লৈকে ছবিলাল উপাধ্যায় স্মৃতি হাই স্কুলত HIMAL YOUTH Sammitti (NGO) উদ্যোগত হাতৰ আখৰ লিখনৰ কৰ্ম শালা শুভ আৰম্ভ কৰা হয় । উক্ত অনুষ্ঠানত Himal youth sammitti r সদস্য শ্ৰী নাৰায়ন মহন্ত ডাঙৰীয়া আঁত ধৰা অনুষ্ঠানত, সভাপতি শ্ৰী গণেশ ভাত্তৰাই দেৱ ৰ সভাপতিত্বত হোৱা সভাত দক্ষিণ চতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকয়ত্ৰী শ্ৰী ৰিংকু মনি দেৱী, নৱ নিৰ্বাচিত ২ নং দক্ষিণ নাগ শংকৰ গাওঁ পঞ্চায়ত সভাপতি শ্ৰী শান্তৰাম লামা ডাঙৰীয়া, বিনাপানী প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক শ্ৰী এম প্ৰসাদ নেউপানে ডাঙৰীয়া,ছবিলাল উপাধ্যায় স্মৃতি হাই স্কুল ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী কৃষ্ণ সূতাৰ ডাঙৰীয়া, ছবিলাল উপাধ্যায় স্মৃতি হাই স্কুলৰ সহ কাৰী শিক্ষক শ্ৰী চনত ভাত্তৰাই ডাঙৰীয়া ,অৱসৰ প্ৰাপ্ত শিক্ষক শ্ৰী শিৱ থাপা ডাঙৰীয়া কে প্ৰুমখ্য কৰি গাঁও ৰ জেষ্ঠ তথা HIMAL YOUTH Sammitti r সদস্য সকল উপস্থিত থাকে।

2 নং দক্ষিন নাগ শংকৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত নৱ নিৰ্বাচিত সভাপতি , সভানেত্ৰী তথা সকলো সদস্য/সদস্যা লৈ  HIMAL YOUTH Sammi...
27/06/2025

2 নং দক্ষিন নাগ শংকৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত নৱ নিৰ্বাচিত সভাপতি , সভানেত্ৰী তথা সকলো সদস্য/সদস্যা লৈ HIMAL YOUTH Sammitti ৰ সমূহ পৰিয়ালৰ পৰা অশেষ ধন্যবাদ ও শুভেচ্ছা জনাইছোঁ।

ইংৰাজী ২৩/০৩/২০২৫ তাৰিখে হিমাল য়ুথ সমিতিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। স্থায়ী সভাপতি শ্ৰী মাতৃকা ভট্টৰা...
24/03/2025

ইংৰাজী ২৩/০৩/২০২৫ তাৰিখে হিমাল য়ুথ সমিতিৰ চতুৰ্থ ত্ৰিবাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। স্থায়ী সভাপতি শ্ৰী মাতৃকা ভট্টৰাইদেৱৰ সভাপতিত্বত পৰিচালনা হোৱা সভাখনত সম্পাদকীয় প্ৰতিবেদন পাঠ, হিচাপ পৰীক্ষণ কমিটীৰ আয় ব্যয় হিচাপ পাঠ কৰাৰ পিছত সমিতিত নতুনকৈ সাতজন সদস্য ক্ৰমে শ্ৰী নীলকান্ত মন্ডল, সিমান্তজ্যেতি থাপা, কিৰণ চেত্ৰী, মুকুন্দ খৰ্কা, শিৱ দাঙী, খগেন কৈৰালা আৰু নৱজ্যেতি চেত্ৰীক অন্তৰ্ভুক্ত কৰা হয়।
তিনিবছৰীয়া কাৰ্যকাল সম্পন্ন হোৱাত আগন্তুক সময়ৰ বাবে নতুন কমিটীত সভাপতি শ্ৰী গণেশ ভট্টৰাই, উপ-সভাপতি শ্ৰী তেজ বাহাদুৰ খৰ্কা, সাধাৰণ সম্পাদক শ্ৰী পঙ্কজ খবতৰী , সহ সম্পাদক নয়ন চুতাৰ, মুখপাত্ৰ শ্ৰী নাৰায়ণ মহন্ত আৰু সামাজিক মাধ্যম সম্পাদক শ্ৰী বিমল খনালক সৰ্বসন্মতিক্ৰমে বাচনি কৰা হয়। শেষত আগন্তুক দিনৰ পৰিকল্পনা যুগুত কৰি সকলোয়ে হাতে হাত ধৰি আমাৰ অঞ্চলৰ বিকাশৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা সংকল্পৰে সভাপতিয়ে সভাখন বিসৰ্জন দিয়ে। জয় হিমাল ....

02/10/2024
01/10/2024
আজি ইংৰাজী 26.03.2024 তাৰিখে হিমাল ইউথ সমিতি ৰ এটা সজাতি দলে বিশিষ্ট সাহিত্যিক, শিক্ষক শ্ৰীমান ছত্ৰ মান চুববা ক অনুবাদ স...
26/03/2024

আজি ইংৰাজী 26.03.2024 তাৰিখে হিমাল ইউথ সমিতি ৰ এটা সজাতি দলে বিশিষ্ট সাহিত্যিক, শিক্ষক শ্ৰীমান ছত্ৰ মান চুববা ক অনুবাদ সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ বাবে তেখেতৰ বাসগৃহ ত গৈ এখনি টুপী, খদা, প্ৰশংসা পত্ৰ আৰু কিছু উপহাৰ টোপোলা ৰে সম্বৰ্দ্ধনা জনায়।

Address

Biswanath Chariali

Telephone

+918638479885

Website

Alerts

Be the first to know and let us send you an email when HIMAL YOUTH Sammitti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to HIMAL YOUTH Sammitti:

Share