ABVP Biswanath Commerce College unit, Biswanath Charali.

ABVP Biswanath Commerce College unit, Biswanath Charali. Students' Power - Nations' Power

A delegation led by ABVP National General Secretary, Dr. Virendra Singh Solanki met Union Minister of Education, Shri Dh...
20/12/2024

A delegation led by ABVP National General Secretary, Dr. Virendra Singh Solanki met Union Minister of Education, Shri Dharmendra Pradhan to discuss pressing issues in the education sector. Key discussions focused on:

✅ Effective implementation of NEP 2020
✅ Enhancing infrastructure in educational institutions
✅ Filling vacant teaching & non-teaching posts
✅ Tackling commercialization in higher education
✅ Ensuring direct student union elections
✅ Addressing illegal constructions for student safety

ABVP remains committed to advocating for students and shaping a better future for education.

  লৈ মাথোঁ ৭ দিন বাকী।আজি বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ ABVP শাখাৰ  তৰফৰ পৰা লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া এবিভিপি অসম প্ৰ...
20/12/2024

লৈ মাথোঁ ৭ দিন বাকী।

আজি বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়ৰ ABVP শাখাৰ তৰফৰ পৰা লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া এবিভিপি অসম প্ৰদেশৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ পোষ্টাৰ উন্মোচন কৰা হয়।

আজিৰ এই পৱিত্ৰ দিনটোতেই হিন্দু ধর্মৰ এক অন্যতম শাস্ত্ৰ পুথি গীতাৰ ৰচনা হৈছিল । সমূহ ৰাইজক ৫১৬১তম পৱিত্ৰ গীতা জয়ন্তীৰ আন্...
11/12/2024

আজিৰ এই পৱিত্ৰ দিনটোতেই হিন্দু ধর্মৰ এক অন্যতম শাস্ত্ৰ পুথি গীতাৰ ৰচনা হৈছিল । সমূহ ৰাইজক ৫১৬১তম পৱিত্ৰ গীতা জয়ন্তীৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ ।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥

आप सभी को पुण्य 'गीता जयंती' की हार्दिक बधाई एवं शुभकामनाएं।

गीता की शिक्षाएं आज भी मानव जीवन को दिशा देती हैं। गीता का हर उपदेश जीवन की किसी न किसी समस्या का समाधान प्रदान करता है।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,অসম প্ৰদেশৰ ৩০তম ৰাজ্যিক অধিৱেশনলৈ আৰু মাজত মাথোঁ ১৭  দিন।
10/12/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,অসম প্ৰদেশৰ ৩০তম ৰাজ্যিক অধিৱেশনলৈ আৰু মাজত মাথোঁ ১৭ দিন।

লখিমপুৰত অনুষ্ঠিত হব লগীয়া এবিভিপি অসম প্ৰদেশৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইখুটা অহা ১৩ ডিচেম্বৰ,২০২৪ তাৰিখে মনিকাঞ্চন ...
09/12/2024

লখিমপুৰত অনুষ্ঠিত হব লগীয়া এবিভিপি অসম প্ৰদেশৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনৰ লাইখুটা অহা ১৩ ডিচেম্বৰ,২০২৪ তাৰিখে মনিকাঞ্চন সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হব ।

সকলোৰে উপস্থিতি সশ্ৰদ্ধাৰে কামনা কৰিছোঁ।

09/12/2024

ABVP Assam

“When my own interests conflict with the interests of the country, I will always give priority to my country.”Tributes t...
06/12/2024

“When my own interests conflict with the interests of the country, I will always give priority to my country.”

Tributes to the architect of the Indian Constitution, Bharat Ratna Babasaheb Dr. Bhimrao Ambedkar on his Mahaparinirvan Diwas.

The entire life and character of Baba Saheb, who struggled for social harmony throughout his life, is a source of inspiration for all mankind.

অসম লোক সেৱা আয়োগত উত্তীৰ্ণ সমূহ পৰীক্ষাৰ্থীক বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ ...
06/12/2024

অসম লোক সেৱা আয়োগত উত্তীৰ্ণ সমূহ পৰীক্ষাৰ্থীক বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ । আমি আশাবাদী তেওঁলোকৰ কৰ্মউদ্যমে অসমক উন্নয়নৰ এক নৱ দিগন্তলৈ আগুৱাই নিব ।

স্বাধীনতা সংগ্ৰামী খুদিৰাম বসু দেৱৰ জন্ম জয়ন্তীত মুজ্জফৰপুৰ-ত ইংৰাজৰ বিৰুদ্ধে তেওঁ দেখুৱা সাহস আৰু পৰাক্ৰম তথা দেশৰ বাবে...
03/12/2024

স্বাধীনতা সংগ্ৰামী খুদিৰাম বসু দেৱৰ জন্ম জয়ন্তীত মুজ্জফৰপুৰ-ত ইংৰাজৰ বিৰুদ্ধে তেওঁ দেখুৱা সাহস আৰু পৰাক্ৰম তথা দেশৰ বাবে কৰা বলিদানক শ্ৰদ্ধাৰে সুৱৰিছোঁ।

.

01/12/2024

"Sunday for Society", "Sunday for Biswanath" initiative by ABVP Biswanath Commerce College unit and College Students Union started today at Biswanath Commerce College! 🌱

Let's come together to create a positive impact through community service and environmental action. Your small steps can lead to big Changes!




.
ABVP Assam

Address

Biswanath Chariali

Alerts

Be the first to know and let us send you an email when ABVP Biswanath Commerce College unit, Biswanath Charali. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share