04/10/2023
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ বৃহৎ জয়। ২০২৩-২৪বৰ্ষৰ সাধাৰণ নিৰ্বানত সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ হৈ প্রতিদ্বন্ধিতা আগবঢ়োৱা প্ৰণিতা শৰ্মাই সভাপতিৰ আসনত আৰু মনীষ কাফ্লেই ক্ৰীড়া বিভাগত জয় লাভ কৰিছে। GORKHA ❤️✊🏻