ABVP Biswanath Town Unit-Biswanath District

ABVP Biswanath Town Unit-Biswanath District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Biswanath Town Unit-Biswanath District, Youth Organization, Biswanath Chariali.

31/07/2025
22/12/2024

এবিভিপি অসম প্ৰদেশৰ ৩০ সংখ্যক ৰাজ্যিক অধিৱেশনত প্ৰথমটো দিনৰ উদ্বোধনী সত্ৰত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসমৰ শিক্ষা মন্ত্ৰী সন্মানীয় ড° ৰনোজ পেগু ডাঙৰীয়া ।

01/12/2024
20/08/2024
29/07/2024

সুদীৰ্ঘ সময় এগৰাকী পূৰ্ণকালীন কাৰ্যকৰ্তা হিচাপে থাকি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ লক্ষীমপুৰ বিভাগৰ (বিশ্বনাথ আৰু লখিমপুৰ) বিভাগ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি সংগঠনৰ সকলো দায়িত্বৰ পৰা মুক্ত হৈ নিজৰ ব্যক্তিগত জীৱনলৈ উভতি যোৱা শিৱা ৰায় ডাঙৰীয়াক বিশ্বনাথ জিলা তৰফৰ পৰা তেজপুৰ বিভাগ প্ৰশিক্ষণ শিৱিৰত বিদায় জনোৱা হয়।

আশা কৰোঁ তেওঁৰ সাংগঠনিক জীৱনৰ দৰে ব্যক্তিগত জীৱনতো উজলি উঠি আগবাঢ়ি যাওক।

19/07/2024

📌 অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তেজপুৰ বিভাগ (বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলা) প্ৰশিক্ষণ শিৱিৰ

📌 তাৰিখ - ২৬ আৰু ২৭ জুলাই,২০২৪

📌 স্থান - শঙ্কৰদেৱ শিশু বিদ্যা নিকেতন, বিশ্বনাথ চাৰিআলি

17/07/2024

📌 আপোনাৰ দৰে সুহৃদৰ এখন সহায়ৰ হাতৰ প্ৰয়োজন !
পথ দুর্ঘটনাত আঘাতপ্রাপ্ত হৈ বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তুষাৰ ভট্টাচাৰ্য্য গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেখেতৰ ৰাজহাড় আৰু স্নায়ুৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে আপোনালোকৰ আৰ্থিক সহায় আৰু আশীৰ্বাদৰ প্ৰয়োজন।

📌 A Call for Help
Tushar Bhattacharya, the former General Secretary of Biswanath College, was injured in a road accident and is now in a hospital in Guwahati. He needs an urgent spinal cord operation and requires financial help. Any contribution, big or small, will make a difference. Thank you for your support and blessings.

04/07/2024

২০১৪ চনত ভাৰতমাতৃৰ সেৱাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে আপোনাৰ যাত্ৰা আৰম্ভ হৈছিল, আৰু ২০২০ চনৰ পৰা ২০২৪ চনৰ পূৰ্ণকালীন কাৰ্য্যকৰ্তা হিচাপে সংগঠনক আগবঢ়াই বিশ্বনাথ জিলা আৰু লখিমপুৰ বিভাগৰ সাংগঠনিক সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি সংগঠনক দৃঢ় কৰি তুলিছিল। আজিৰ দিনটোত, সংগঠনৰ সকলো দায়িত্ব পৰা মুক্ত হৈ পূৰ্ণকালীন জীৱনৰ পৰা ব্যক্তিগত জীৱনললৈ আগবঢ়াৰ বাবে শুভেচ্ছা আৰু শুভকামনা জনালো।

Address

Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when ABVP Biswanath Town Unit-Biswanath District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share