All Assam Cab Driver's Union

All Assam Cab Driver's Union All Assam Cab Driver's Union is a Big and Bast union in Assam

17/03/2026

12/02/2026
12/02/2026

আজি চকা বন্ধত আমাৰ সম্পূৰ্ণ সমৰ্থন থাকিব।

31/01/2026
23/12/2025

গুৱাহাটী মহানগৰীৰ গ্ৰীণ বাছৰ অতোপালী
এয়া আমাৰ স্মাৰ্ট চিটিৰ গৃণ বাছ আজি দুপৰীয়া মালিগাঁওৰ দৃশ্য

All Assam cab drivers union  ৰ তৰফৰ পৰা আসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চক সম্পূৰ্ণ সমৰ্থন জনাইছো।
08/07/2025

All Assam cab drivers union ৰ তৰফৰ পৰা আসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চক সম্পূৰ্ণ সমৰ্থন জনাইছো।

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে নিজৰ লগতে নিজৰ পৰিয়ালৰ দায়বদ্ধত অক্ষুন্ন ৰাখিবলৈ নিজৰ জিৱনৰ প্ৰতি অকনো মোহ নাৰাখি পৰিয়ালৰ ব...
01/05/2025

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে নিজৰ লগতে নিজৰ পৰিয়ালৰ দায়বদ্ধত অক্ষুন্ন ৰাখিবলৈ নিজৰ জিৱনৰ প্ৰতি অকনো মোহ নাৰাখি পৰিয়ালৰ বাবে কঠোৰ পৰিশ্ৰম কৰা প্ৰতিজন শ্ৰমিকলৈ আন্তঃৰাষ্ট্ৰীয় মে দিৱসৰ তথা শ্ৰমিক দিৱসৰ বৈপ্লবিক সমবেদনা ৰ লগতে শ্ৰমিক দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Address

Barpeta

Alerts

Be the first to know and let us send you an email when All Assam Cab Driver's Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Assam Cab Driver's Union:

Share

Category