08/09/2026
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP), বৰপেটা ৰোড শাখাৰ অন্তৰ্গত গণেশলাল চৌধুৰী মহাবিদ্যালয়ত ২০২৬–২৭ বৰ্ষৰ বাবে নতুন শাখা গঠন কৰা হয়।
আজিৰ সভাত শাখাৰ সভাপতি হিচাপে হিমাংশু দাস আৰু সম্পাদিকা হিচাপে লিপিকা পাণ্ডিতক দায়িত্ব অৰ্পণ কৰা হয়।
সভাত উপস্থিত থাকে বৰপেটা জিলাৰ সাংগঠনিক সম্পাদক ছায়ন দেৱ ডাঙৰীয়া, বৰপেটা জিলাৰ জিলা সংযোজক বদীত দাস ডাঙৰীয়া আৰু বৰপেটা ৰোড শাখাৰ সম্পাদক আকাশ সিং ডাঙৰীয়া।
নৱনিৰ্বাচিত বিষয়ববীয়াসকললৈ আন্তৰিক অভিনন্দন আৰু সফল কাৰ্যকালৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
জয়তু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ! 🚩 🇮🇳