Bansbari Anchalic Committee - AASAA

Bansbari Anchalic Committee - AASAA সংগ্ৰামে জীৱন। সংগ্ৰামে জীৱন। আমাৰ দাবী তথা জাতিটোৰ সাৰ্ব্বাংগীন উন্নয়নে মূল লক্ষ্য।

24/12/2021
আজি বাঁহবাৰী আঞ্চলিক সমিতি (আছা)ৰ উদ্যোগত যোৱা ২৩ ডিচেম্বৰ ২০১৪ চনত ঢেকীয়াজুলী, বাতাচীপুৰ, লুংচুং কোকৰাঝাৰৰ নিৰীহ আদিবা...
23/12/2021

আজি বাঁহবাৰী আঞ্চলিক সমিতি (আছা)ৰ উদ্যোগত যোৱা ২৩ ডিচেম্বৰ ২০১৪ চনত ঢেকীয়াজুলী, বাতাচীপুৰ, লুংচুং কোকৰাঝাৰৰ নিৰীহ আদিবাসী সকলৰ ওপৰত বৰবৰ ভাৱে এন ডি এফ বিৰ দ্বাৰা হত্যালীলাৰ কৰিছিল সেই শ্বহীদ সকলক আজিৰ মৌন সমদলৰ জৰিয়তে সোঁৱৰিছো আৰু হত্যাকাণ্ডৰ উচিত তদন্ত কৰিব লাগে আৰু হত্যাকাৰীক উচিত শাস্তি দিবলৈ আজিৰ মৌন সমদলৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছোঁ।

23/12/2021
17/12/2021
বাঁহবাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বাঁহবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত পুতলিকা দাহ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। আৰু...
17/12/2021

বাঁহবাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বাঁহবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত পুতলিকা দাহ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। আৰু এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক দাবী জনোৱা হয় যে অতি সোনকালে আদিবাসী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে। AASAA Long Live

17th Annual Bansbari Anchalik Karam Utsav 2021
05/10/2021

17th Annual Bansbari Anchalik Karam Utsav 2021

05/10/2021
19/09/2021

**জহাৰ!*
ইয়াৰ দ্বাৰা আপোনাক জনোৱা হয় যে অহা *20-09-2021* ইং তাৰিখ সোমবাৰে আবেলি *4* (চাৰি) বজাত আছা কাৰ্যালয়ত *17তম বাৰ্ষিক বাঁহবাৰী আঞ্চলিক কৰম উৎসৱ পৰিচালনা সমিতি* ৰ উদ্যোগত সাধাৰণ সভা আহ্বান কৰা হৈছে।
সেয়েহে উক্ত সভাত আপোনাক উপস্থিত থাকিবলৈ অনোৰুধ জনোৱা হয়।

*আলোচ্য বিষয়সমূহ*
1.বাজেট সম্পৰ্কে আলোচনা।
2. কালেক্সন সম্পৰ্কে আলোচনা।
3. আন-আন।

*President/Secretary*
*17th Bansbari Anchalik Karam Utsav Reception committee*

27/08/2021

Johar,👏👏👏👏👏
ইয়াৰ দ্বাৰা আপোনাক/আপোনালোকক জনাও যে অহা কালি তাৰিখ ২৮/০৮/২০২১ শনিবাৰে কৰম উৎসৱ সম্পৰ্কে এখন কাৰ্য্যকৰী সভা অনুষ্ঠিত কৰা হৈছে,
গতিকে সকলো সদস্যক সভাত উপস্থিত থাকিবলৈ অনুৰোধ কৰা হল।

স্থান:- AASAA OFFICE
সময়:- 4:00 pm

ইতি
আপোনাৰ বিশ্বাসী
সভাপতি/সম্পাদক
বাঁহবাৰী আঞ্চলিক সমিতি

09/08/2021

Jalah Part, Baksa : জলহ ভাগ: গোৱৰ্দ্ধনাত বিশ্ব আদিবাসী দিৱসৰ দিনত জানজাতিকৰণ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আদিবাসী নেতা ৰা....

Address

Barpeta Road
Barpeta Road
781315

Alerts

Be the first to know and let us send you an email when Bansbari Anchalic Committee - AASAA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Bansbari Anchalic Committee - AASAA:

Share