Anajari Foundation

Website

Anajari Foundation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Anajari Foundation, Non-Governmental Organization (NGO), Abhayapuri.

10/09/2026
অভয়াপুৰীত এনাজৰী ফাউণ্ডেচনৰ উদ্যোগত আৰু ROLEX PHYSIOTHERAPY AND REHABILITATION CENTRE, ABHAYAPURI-ৰ সহযোগত বিনামূলীয়া ...
09/09/2026

অভয়াপুৰীত এনাজৰী ফাউণ্ডেচনৰ উদ্যোগত আৰু ROLEX PHYSIOTHERAPY AND REHABILITATION CENTRE, ABHAYAPURI-ৰ সহযোগত বিনামূলীয়া ফিজিঅথেৰাপি স্বাস্থ্য শিবিৰ।

এনাজৰী ফাউণ্ডেচন উদ্যোগত আৰু Rolex Physiotherapy and Rehabilitation Centre, Abhayapuri ৰ সহযোগত বিশ্ব ফিজিঅথেৰাপি দিৱস উ...
03/09/2026

এনাজৰী ফাউণ্ডেচন উদ্যোগত আৰু Rolex Physiotherapy and Rehabilitation Centre, Abhayapuri ৰ সহযোগত বিশ্ব ফিজিঅথেৰাপি দিৱস উপলক্ষে বিনামূলীয়া ফিজিঅথেৰাপি স্বাস্থ্য শিবিৰ।

ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল।

এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয...
23/08/2026

এনাজৰী ফাউণ্ডেছনৰ উদ্যোগত আয়োজিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ স্থান লাভ কৰা সকলক ঘৰে ঘৰে গৈ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়।

'ক' শাখাত প্ৰথম স্থান দখল কৰে মণ্টফৰ্ট স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী ধ্ৰুবিকা ৰায়ে। দ্বিতীয় স্থান লাভ কৰে আদৰ্শ বিদ্যালয়, টাপাট্টাৰীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ডাভিৰ বক্সিয়ে। তৃতীয় স্থান লাভ কৰে একেখন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ কুলদ্বীপ সৰকাৰে।

'খ' শাখাত প্ৰথম স্থান লাভ কৰে ফেকাল্টি এম পি হাই স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞাস্মিতা দাসে। দ্বিতীয় স্থান লাভ কৰে মণ্টফৰ্ট স্কুলৰ নুৰাজ হুছেইনে। তৃতীয় স্থান লাভ কৰে লিটিল ফ্লাৱাৰ ইংলিছ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ জেনিথ দাসে।

'গ' শাখাত প্ৰথম স্থান লাভ কৰে ফেকাল্টি এম পি হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰিশিতা খাতুনে। দ্বিতীয় স্থান লাভ কৰে দিল্লী পাব্লিক স্কুল, ঢালিগাঁৱৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ডলি মণ্ডলে। তৃতীয় স্থান লাভ কৰে লিটিল ফ্লাৱাৰ ইংলিছ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী অভীপ্সা ৰায়ে।

ANAJARI FOUNDATIONDISTRICT-LEVEL ONLINE DRAWING COMPETITION🏆 RESULT DECLARED 🏆
16/08/2026

ANAJARI FOUNDATION

DISTRICT-LEVEL ONLINE DRAWING COMPETITION

🏆 RESULT DECLARED 🏆

Address

Abhayapuri
783384

Alerts

Be the first to know and let us send you an email when Anajari Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share